কাঞ্চনজংঘাৰ প্ৰথমটো গীতৰ ভিডিও মুকলি।


    অহা ৬ছেপ্তেম্বৰ (২০১৯) তাৰিখে মুক্তি পাব লগীয়া আমাৰ সকলোৰে প্ৰিয় অতিকে আপোন যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অভিনিত আৰু পৰিচালিত নতুন অসমীয়া ছৱি কাঞ্চনজংঘাৰ প্ৰথমটো গীতৰ ভিডিও আজি(১৬-০৭-২০১৯) ইং তাৰিখে সন্ধিয়া  Times Music Assamese নামৰ ইউটিউৱ চেনেলটোত মুক্তি দিয়া হয়।

    গীতটিৰ কথা চচাংক সমীৰৰ,সুৰ নিগৰাইছে জুবিন গাৰ্গ,জুবলি বৰুৱা আৰু পঞ্চনা ৰাভাই।ভিডিওটো কৰিওগ্ৰাফ কৰে পংকজ ইংটিয়ে।

    উল্লেখ্য যে অহা ৬ ছেপ্তেম্বৰ তাৰিখে মুক্তি লাভ কৰিব লগীয়া ছৱিখনত অভিনয় কৰিছে জুবিন গাৰ্গ,পবিত্ৰ ৰাভা,চচাংক সমীৰ আদিয়ে।

   গীতটি ইয়াতে ক্লিক কৰি উপভোগ।কৰিব পাৰিৱ।
   

Post a Comment

0 Comments