লোকেল কুংফু ২ৰ পিছত আহি আছে লোকেল উৎপাত
লোকেল উৎপাত এখনি হাস্য়কৰ ছবি হ'ৱ বুলি জানিবলৈ দিছে কেনি ডিবি ফ্লিমছ নামৰ ইউটিউৱ
চেনেলটিত এখন ভিদিওৰ জৰিয়তে।লগতে ছবিখন পৰিয়ালৰ সকলোৰে কাৰনে উপভোগ্য় হ'ৱ।
সৰু লৰা-ছোৱালীৰ লগতে বয়জ্য়েষ্ঠ সকলোৱে এই ছবিখন চাব পাৰিব চিনেমাগৃহত|
কিন্তু ইউটিউৱ চেনেলটোত পৰিচালকে এতি অসুবিধাৰ কথা উল্লেক্ষ কৰি কয় যে, "ইউটিউৱত
টকা কম পৰিমাণে হে পোৱা যায় লোকেল কুংফুৰ ১ মিলিয়ন দৰ্শকে উপভোগ কৰাৰ পিছতো মাত্ৰ
১০,৪০০ টকা পাইছো গতিকে আমাক এতিয়া টকাৰ প্ৰয়োজন| গতিকে ৰাইজৰ পৰা আমি সহায় খু-
সকলোৱে সহায় কৰিবলৈ এই লিংকত গৈ নিজৰ সাধ্য়নুসৰি সহায়ৰ হাত আগবঢ়াওক
0 Comments