প্ৰথম কোচ ৰাজবংশী ভাষাত নিৰ্মিত এখনি হাস্য ৰসেৰে ভৰপূৰ ৱেব চিৰিজ "তাবিজ" আজি মুক্তি লাভ কৰিব Lakhyasandhan YouTube channel নামৰ ইউটিউৱ চেনেলত।
বঙাইগাওৰ প্ৰতিভাশালী যুৱক Dhurv Ray (বাহে) পৰিচালনাত আজি মুক্তি পাব ৱেব চিৰিজ খনে,গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত দৃশ্য গ্ৰহণ কৰা ছবি খনত দেখিবলৈ পাব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা পুলক নিশাচৰ, অভিনেত্ৰী কৌস্তৰী নিশাচৰ, বঙাইগাওঁৰ যুৱ অভিনেতা ধ্ৰুৱ ৰায়, গোৱালপাৰাৰ জয়ন্ত মেধি, কোকৰাঝাৰৰ পৰা জন স্মিথৰ লগতে বহুতো চিনাকি মুখ।
ইতিমধ্য তাবিজৰ ট্ৰেইলাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সম্পূৰ্ন ৱেব চিৰিজ খন উপভোগ কৰিবলৈ আজিয়েই ছাবস্ক্রাইব কৰক Lakhyasondhan YouTube Channel
0 Comments